Ayurveda

PCOD PCOS KIT

₹1210.00 ₹1090.00
10% off

PCOS প্ৰাপ্তবয়স্ক স্ত্ৰীৰ ডিম্বাশয়ত হোৱা এবিধ স্ত্ৰীৰোগ।শকত (obesity),শৰীৰ চৰ্চাৰ অভাৱ আৰু বংশগত কাৰণত এই ৰোগ হব পাৰে। এই ৰোগৰ লক্ষণ- অনিয়মীয়া ঋতূস্ৰাৱ, অতিপাত ঋতূস্ৰাৱ, শৰীৰ আৰু মুখমণ্ডলত অস্বাভাৱিক নোম, একনি, তলপেটৰ বিষ, গৰ্ভধাৰণত বিফল ইত্যাদি। PCOS ৰ চিকিৎসা কষ্টসাধ্য, জীৱনশৈলীৰ পৰিৱৰ্তণ যেনে' - ওজণ হ্ৰাস কৰা, শৰীৰ চৰ্চা/ যোগাসন আদি ফলদায়ক। আয়ূৰ্বেদিক চিকিৎসা শাস্ত্ৰত ইয়াৰ সুফলদায়ক চিকিৎসা উপলব্ধ। অসমৰ সুদক্ষ আয়ুৰ্বেদিক স্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শমৰ্মে ANYMEDS য়ে কেইবিধমিন আয়ুৰ্বেদিক ঔষধেৰে " PCOS KIT" সাজি উলিয়াইছে। Kit Contains following Ayurvedic Medicines: 1. Kanchanar Guggul 2. Nityanada Ras 3. Pushpadhanwa ras 4. Ta evecare forte 5. Tab Hyponidd

Quantity
Varient
Check availibility

Product Description

This kit is designed and developed by Renowned Ayurvedic Consultant of Assam, Dr. Mukul Sarma.

Doses and Directions:

1. Kanchanar Guggul

Sig: 2 Tab twice daily

2. Nityanada Ras

Sig: 2 Tabs twice daily after meal

3. Pushpadhandwa Ras

Sig: 2 Tab twice daily

4. Tab Evecare forte

Sig: 2 Tab twice daily

5. Tab Hyponidd

Sig: 2 Tab twice daily